ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰ বিজ্ঞান অনুসৰি শৰীৰৰ কোনো অংগ-প্রত্যংগক আৱৰি ৰখা এক ধৰণৰ আৱৰণ
ଉଦାହରଣ : বাহিকা নলীৰ বেধ অলপ শকত কশিকা নলীৰ ভিত্তিও থাকে
ସମକକ୍ଷ : বেধ, ভিত্তি
ଅର୍ଥ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
ଉଦାହରଣ : শিলেৰে বনোৱা বেৰ মজবুত হয়
ସମକକ୍ଷ : প্রাচীৰ, বেৰ, বেৰা, ৱাল
ସଂସ୍ଥାପନ କରନ୍ତୁ