ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৰিশোধ কৰা
ଉଦାହରଣ : দেয় ঋণৰ ৰচিদখন এতিয়াও নাপালো
ସମକକ୍ଷ : পৰিশোধনীয়, পৰিশোধ্য
ଅର୍ଥ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
ଉଦାହରଣ : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
ସମକକ୍ଷ : দিবলগীয়া, বাকী
ଅର୍ଥ : যিটো দিব পাৰি
ଉଦାହରଣ : এই ধনৰাশি মোৰ দেয়
ସମକକ୍ଷ : দাতব্য, প্রদেয়
ସଂସ୍ଥାପନ କରନ୍ତୁ