ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দেহা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দেহা   বিশেষ্য

ଅର୍ଥ : লʼৰা-ছোৱালীক মৰমত কৰা সম্বোধন

ଉଦାହରଣ : মোৰ সোণটোৱে আজি কিয় ভাত খোৱা নাই ?

ସମକକ୍ଷ : সোণ

ଅର୍ଥ : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি

ଉଦାହରଣ : শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে

ସମକକ୍ଷ : ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, বপু, ভোগায়তন, শৰীল, শৰীৰ

ଅର୍ଥ : শৰীৰৰ ডিঙিৰ তলৰ পৰা কঁ্কাললৈকে দেহৰ অংশ

ଉଦାହରଣ : তৰোৱালৰ এটা ঘাপতে তেওঁৰ মূৰ গাৰ পৰা বেলেগ হৈ গʼল

ସମକକ୍ଷ : গা, দেহ, শৰীৰ