ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দৃশ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দৃশ্য   বিশেষ্য

ଅର୍ଥ : নাটকৰ কোনো এক ঘটনাৰ অভিনীত বা মঞ্চস্থ ৰূপ যাক এটা অংক বা ভাগত বিভক্ত কৰা হয়

ଉଦାହରଣ : নাটকৰ শেষ দৃশ্যতহে হত্যাকাৰী কোন গম পোৱা গʼল

ଅର୍ଥ : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : অংক, নাট্যাংক, নাট্যাংশ

ଅର୍ଥ : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই

ଉଦାହରଣ : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল

ସମକକ୍ଷ : ছবি, পট