ଅର୍ଥ : দৃঢ় হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
ৰামৰ এই কামটোৰ কাৰণে আমাৰ সম্পর্কত আৰু দৃঢ়তা আহি পৰিল
ସମକକ୍ଷ : স্থিৰতা
ଅର୍ଥ : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
ଉଦାହରଣ :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
ସମକକ୍ଷ : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা, মনোযোগ