ଅର୍ଥ : ঘৰতে বহি আহিলাৰ সহায়ত অন্যান্য ঠাইত সংঘটিত হোৱা দৃশ্যাৱলী দেখিবলৈ পোৱা এক ধৰণৰ প্রণালী
ଉଦାହରଣ :
দূৰদর্শনে দেশ-বিদেশত সংঘটিত হৈ থকা ঘটনাৱলী পোনপটীয়াভাৱে প্রচাৰ কৰি জনসাধাৰণৰ কাষলৈ লৈ যায়
ସମକକ୍ଷ : দূৰদর্শন-্প্রণালী
ଅର୍ଥ : দূৰত সংঘটিত হোৱা ঘটনাৰাজিৰ দৃশ্য দেখা পোৱা এক ধৰণৰ আহিলা
ଉଦାହରଣ :
দূৰদর্শন মনোৰঞ্জনৰ এক উত্তম আহিলা
ସମକକ୍ଷ : টিভি, টেলিভিছন, টেলিভিশ্বন