ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ଉଦାହରଣ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
ସମକକ୍ଷ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
ଅର୍ଥ : যিটো কৰিবলৈ কঠিন
ଉଦାହରଣ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
ସମକକ୍ଷ : দুঃসাধ্য, দুষ্কৰ
ଅର୍ଥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ଉଦାହରଣ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
ସମକକ୍ଷ : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
ଅର୍ଥ : যিটো সোনকালে বুজি পোৱা নাযায়
ଉଦାହରଣ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
ସମକକ୍ଷ : অবোধগম্য, কঠিন, টান
ଅର୍ଥ : যিটো গম্য নহয় বা যাব নোৱাৰা
ଉଦାହରଣ : আমি ্ দুর্গম পথৰ পথিক
ସମକକ୍ଷ : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
ସଂସ୍ଥାପନ କରନ୍ତୁ