ଅର୍ଥ : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে
ଉଦାହରଣ :
দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়
ସମକକ୍ଷ : কু-কর্মক্াৰী, খল, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী
ଅର୍ଥ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
ଉଦାହରଣ :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
ସମକକ୍ଷ : চৰিত্রহীন, দুশ্চৰিত্র, ভ্রষ্টাচাৰী