ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ଉଦାହରଣ :
ସମକକ୍ଷ : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ଅର୍ଥ : যিজনে বৰ উৎপাত কৰে
ଉଦାହରଣ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
ସମକକ୍ଷ : উৎপতীয়া, খটাসুৰ, বদমাচ
ସଂସ୍ଥାପନ କରନ୍ତୁ