ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চলমান কৰোৱা বা দুলন কার্য
ଉଦାହରଣ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
ସମକକ୍ଷ : জোকাৰি দিয়া, জোলা, দুলা, লৰা, হেন্দোলা
ଅର୍ଥ : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
ଉଦାହରଣ : বেৰত এডাল ৰচী ওলমি আছে
ସମକକ୍ଷ : ওলমা, ওলমি থকা
ଅର୍ଥ : ঝুলনাত বহি দুলি থকা কার্য
ଉଦାହରଣ : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
ସମକକ୍ଷ : দোলা
ସଂସ୍ଥାପନ କରନ୍ତୁ