ଅର୍ଥ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
ଉଦାହରଣ :
দুইৰ দুগুণ চাৰি
ଅର୍ଥ : যিমান থাকে আৰু সিমান
ଉଦାହରଣ :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
ଅର୍ଥ : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
ଉଦାହରଣ :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে