ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ পৰা দুখ পোৱা যায় বা দুখ দিওঁতা
ଉଦାହରଣ : তুমি নিজৰ মা-দেউতাৰ সেৱা নকৰাটো বৰ দুখজনক কথা
ସମକକ୍ଷ : কষ্টদায়ক, কষ্টদায়ী, দুঃখকাৰক, দুঃখজনক, দুখকাৰক
ଅର୍ଥ : যি দুখ বা কষ্ট দিয়ে
ଉଦାହରଣ : বৃদ্ধ কাল দুখদায়ক
ସମକକ୍ଷ : কষ্টকৰ, কষ্টজনক, কষ্টদায়ক, কষ্টদায়ী, কষ্টপ্রদ, দুঃখজনক, দুঃখদায়ক, দুখদায়ক, দুখদায়ী, দুখপ্রদ, পীড়াদায়ক, পীড়াদায়ী
ସଂସ୍ଥାପନ କରନ୍ତୁ