ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দিৱস ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দিৱস   বিশেষ্য

ଅର୍ଥ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ଉଦାହରଣ : সোমবাৰ সপ্তাহৰ প্রথম দিন

ସମକକ୍ଷ : অহ্ন, দিন, বাসৰ, বাৰ

ଅର୍ଥ : নিশ্চিত বা উচিত সময়

ଉଦାହରଣ : আজি মোৰ লʼৰাটোৰ জন্ম দিন

ସମକକ୍ଷ : দিন

ଅର୍ଥ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ଉଦାହରଣ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

ସମକକ୍ଷ : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ

ଅର୍ଥ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

ଉଦାହରଣ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

ସମକକ୍ଷ : তিথি, বার্ষিকী, ্পর্ব

ଅର୍ଥ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ଉଦାହରଣ : এদিনত আঠটা প্রহৰ থাকে

ସମକକ୍ଷ : তিথি, দিন

ଅର୍ଥ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

ଉଦାହରଣ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

ସମକକ୍ଷ : দিন