ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দিয়া   ক্ৰিয়া

ଅର୍ଥ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ଉଦାହରଣ : আমি দুগোল দিলোঁ

ସମକକ୍ଷ : কৰা, বনোৱা

ଅର୍ଥ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

ଉଦାହରଣ : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

ସମକକ୍ଷ : উৰি দিয়া, জাপি দিয়া

ଅର୍ଥ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

ଉଦାହରଣ : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

ସମକକ୍ଷ : আৰোপ কৰা, লগোৱা

ଅର୍ଥ : কাৰোবাক কিবা হস্তান্তৰ কৰা???

ଉଦାହରଣ : অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে

ସମକକ୍ଷ : প্রদান কৰা

ଅର୍ଥ : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা

ଉଦାହରଣ : পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে

ଅର୍ଥ : * সুলভ বা উপল্্ব্ধ কৰা

ଉଦାହରଣ : কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ

ସମକକ୍ଷ : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা