ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
ଉଦାହରଣ : সোমবাৰ সপ্তাহৰ প্রথম দিন
ସମକକ୍ଷ : অহ্ন, দিৱস, বাসৰ, বাৰ
ଅର୍ଥ : নিশ্চিত বা উচিত সময়
ଉଦାହରଣ : আজি মোৰ লʼৰাটোৰ জন্ম দিন
ସମକକ୍ଷ : দিৱস
ଅର୍ଥ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
ଉଦାହରଣ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
ସମକକ୍ଷ : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
ଅର୍ଥ : ভাল সময়
ଉଦାହରଣ : সকলোৰে সুদিন আহে
ସମକକ୍ଷ : সুদিন
ଅର୍ଥ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
ଉଦାହରଣ : এদিনত আঠটা প্রহৰ থাকে
ସମକକ୍ଷ : তিথি, দিৱস
ଅର୍ଥ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
ଉଦାହରଣ : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
ଅର୍ଥ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ଉଦାହରଣ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
ଅର୍ଥ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
ଉଦାହରଣ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
ସମକକ୍ଷ : কাল, যুগ
ସଂସ୍ଥାପନ କରନ୍ତୁ