ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজৰ সেৱা কৰোৱাৰ কাৰণে মূল্য দি ক্রয় কৰা ব্যক্তি
ଉଦାହରଣ : পুৰণিকালত দাসীৰ ক্রয়-বিক্রয় হৈছিল
ସମକକ୍ଷ : গোলাম
ଅର୍ଥ : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়
ଉଦାହରଣ : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে
ସମକକ୍ଷ : কিংকৰী, কিঙ্কৰী, চাকৰণী, পৰিচাৰিকা, বান্দী, বেটী, লিগিৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ