ଅର୍ଥ : তত্ত্ব বা কোনো সিদ্ধান্ত সম্পর্কে ্জ্ঞাত ব্যক্তি
ଉଦାହରଣ :
এই সভাখনত ডাঙৰ ডাঙৰ তত্ত্ববেত্তাই অংশগ্রহণ কৰিছে
ସମକକ୍ଷ : তত্ত্বজ্ঞ, তত্ত্ববেত্তা, দর্শনবিদ
ଅର୍ଥ : যাৰ দর্শনৰ ্জ্ঞান আছে
ଉଦାହରଣ :
দার্শনিক আৰস্তু এজন ৰাজনীতিজ্ঞও আছিল
ଅର୍ଥ : দর্শন ্শাস্ত্রৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
তেওঁ ্দার্শনিক গ্রন্থৰ আলোচনা কৰিলে
ସମକକ୍ଷ : ্দর্শন্্শাস্ত্রীয়