ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দামী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দামী   বিশেষণ

ଅର୍ଥ : অত্যধিক মূল্যৰ:তেওঁৰ সৰুৰে পৰা মূল্যবান বস্তু কিনাত চখ আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : অমূল্য, বহুমূলীয়া, বহুমূল্য, মহঙা, মহার্ঘ, মূল্যবান, মৰগীয়া

ଅର୍ଥ : যʼত বস্তুবোৰক অধিক মূল্যত বেচা হয় বা কোনো সেৱাৰ বাবে অধিক মূল্য লোৱা হয়

ଉଦାହରଣ : এই ভোজনালয়খন দামী

ଅର୍ଥ : যাৰ মূল্য অতি বেছি

ଉଦାହରଣ : এই শাৰীখন অলপ দামী

ଅର୍ଥ : যাৰ উচিত মূল্যতকৈ দাম অধিক হয়

ଉଦାହରଣ : গাঁৱৰ তুলনাত চহৰৰ বস্তু যথেষ্ট দামী

ସମକକ୍ଷ : মহঙা, মহার্ঘ, মৰগীয়া