ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
ଉଦାହରଣ : আজিকালি আলুৰ দাম বহুত বাঢ়িল
ସମକକ୍ଷ : দৰ
ଅର୍ଥ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
ଉଦାହରଣ :
ସମକକ୍ଷ : দৰ, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ
ଅର୍ଥ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ଉଦାହରଣ : হীৰাৰ মূল্য জহুৰীয়েহে জানে
ସମକକ୍ଷ : মূল্য
ସଂସ୍ଥାପନ କରନ୍ତୁ