ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দানা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দানা   বিশেষ্য

ଅର୍ଥ : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু

ଉଦାହରଣ : তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে

ଅର୍ଥ : শস্যৰ পৰা উলিওৱা অংশ

ଉଦାହରଣ : চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে

ସମକକ୍ଷ : শস্যৰ গুটি, শস্যৰ বীজ

ଅର୍ଥ : গোলাকাৰ সৰু বস্তু বিশেষ

ଉଦାହରଣ : লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে

ସମକକ୍ଷ : গুটি

ଅର୍ଥ : পশুৱে খোৱা ঘাঁহ, ভুচি আদি

ଉଦାହରଣ : তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে