ଅର୍ଥ : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
ଉଦାହରଣ :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
ସମକକ୍ଷ : দান পাত্র
ଅର୍ଥ : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
ଉଦାହରଣ :
তেওঁ ্দানপাত্রত এশ টকা দিলে
ସମକକ୍ଷ : দানপাত্র
ଅର୍ଥ : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
ଉଦାହରଣ :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
ସମକକ୍ଷ : দান পাত্র