ଅର୍ଥ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
ଉଦାହରଣ :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
ସମକକ୍ଷ : দালি
ଅର୍ଥ : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
ଉଦାହରଣ :
মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
ସମକକ୍ଷ : দাইলৰ তৰকাৰী