ଅର୍ଥ : মানুহৰ মুখত পোৱা দাঁত যাৰ সংখ্যা বত্রিশটা
ଉଦାହରଣ :
তেওঁ পুৱা-গধূলি নিজৰ ্দাঁত পৰিষ্কাৰ কৰে
ସମକକ୍ଷ : দন্ত বিন্যাস
ଅର୍ଥ : দাঁতৰ আকাৰৰ কোনো বস্তুৰ ওলাই থকা অংশ বিশেষ
ଉଦାହରଣ :
এই ফনীখনৰ ভালেকেইটা দাঁত ভাঙি থাকিল