ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দলিত ্বর্গৰ সদস্য
ଉଦାହରଣ : চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
ସମକକ୍ଷ : দলিত ব্যক্তি
ଅର୍ଥ : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
ଉଦାହରଣ : বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
ସମକକ୍ଷ : পদদলিত
ଅର୍ଥ : যি দৰিদ্র আৰু পীড়িত
ଉଦାହରଣ : চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত
ସଂସ୍ଥାପନ କରନ୍ତୁ