ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দলিওৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দলিওৱা   ক্ৰিয়া

ଅର୍ଥ : দলিয়াই দিয়া

ଉଦାହରଣ : তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে

ଅର୍ଥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ଉଦାହରଣ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

ସମକକ୍ଷ : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা

ଅର୍ଥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

ଉଦାହରଣ : ডাষ্টবিনত জাবৰ পেলোৱা হয়

ସମକକ୍ଷ : দলিয়া, নিক্ষেপ কৰা, পেলোৱা

ଅର୍ଥ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা

ଉଦାହରଣ : লʼৰাটোৱে খেলনাটো দলিয়ালে

ସମକକ୍ଷ : লদিওৱা

ଅର୍ଥ : আনৰ হতুৱাই দলিয়া

ଉଦାହରଣ : মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে