ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দল   বিশেষ্য

ଅର୍ଥ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

ଉଦାହରଣ : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

ସମକକ୍ଷ : পাহি

ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

ସମକକ୍ଷ : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

ଅର୍ଥ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ଉଦାହରଣ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

ସମକକ୍ଷ : পক্ষ, পার্টী

ଅର୍ଥ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ଉଦାହରଣ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

ସମକକ୍ଷ : পত্র, পর্ণ, পাত

ଅର୍ଥ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ଉଦାହରଣ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

ସମକକ୍ଷ : মণ্ডল, মণ্ডলী, সংগঠন

ଅର୍ଥ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ଉଦାହରଣ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

ସମକକ୍ଷ : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

ଅର୍ଥ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

ଉଦାହରଣ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

ସମକକ୍ଷ : পার্টী

ଅର୍ଥ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

ଉଦାହରଣ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

ସମକକ୍ଷ : জাক

ଅର୍ଥ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

ଉଦାହରଣ : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

ସମକକ୍ଷ : পাৰিষদ্্বর্গ, ্গোট