ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
ଉଦାହରଣ : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
ସମକକ୍ଷ : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ
ଅର୍ଥ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
ଉଦାହରଣ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
ସମକକ୍ଷ : বাৰ
ଅର୍ଥ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
ଉଦାହରଣ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
ସମକକ୍ଷ : ধাৰা, নিয়ম
ଅର୍ଥ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
ଉଦାହରଣ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
ସମକକ୍ଷ : কিস্তি, খেপ, বাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ