ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দণ্ডাধীশ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দণ্ডাধীশ   বিশেষ্য

ଅର୍ଥ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে

ଉଦାହରଣ : ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল

ସମକକ୍ଷ : ন্যায়াধীশ, মেজিষ্ট্রেট

ଅର୍ଥ : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ

ଉଦାହରଣ : মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে

ସମକକ୍ଷ : দণ্ডাধিকাৰী