ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ দণ্ডবিধি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

দণ্ডবিধি   বিশেষ্য

ଅର୍ଥ : অপৰাধৰ কাৰণে দিয়া দণ্ডৰ বিধানৰ বিষয়ে বিস্তৃতভাৱে থকা কোনো গ্রন্থ

ଉଦାହରଣ : ভাৰতীয় দণ্ডবিধি অনুসৰি জৰুৰীকালীন অৱস্থাত ধাৰা ৩০২ বলৱৎ কৰা হয়

ଅର୍ଥ : সেই বিধি বা নিয়ম যাৰ জৰিয়তে কোনো অপৰাধৰ দণ্ড বা বিধান আদিৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়

ଉଦାହରଣ : ভাৰতীয় দণ্ডবিধিৰ দফা ৩০২-ৰ অধীনত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়

ସମକକ୍ଷ : দণ্ডবিধান