ଅର୍ଥ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
ଉଦାହରଣ :
আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
ସମକକ୍ଷ : লাখুটি
ଅର୍ଥ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
ଉଦାହରଣ :
শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
ସମକକ୍ଷ : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
ଅର୍ଥ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
ଉଦାହରଣ :
আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
ଅର୍ଥ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
ଉଦାହରଣ :
কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
ସମକକ୍ଷ : কুমাৰৰ দণ্ড