ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
ଉଦାହରଣ : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
ସମକକ୍ଷ : দক্ষতা
ଅର୍ଥ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
ଉଦାହରଣ : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
ସମକକ୍ଷ : অধিকাৰ, স্বত্ব, হক
ଅର୍ଥ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
ଉଦାହରଣ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
ସମକକ୍ଷ : সামর্থ্য, হাত
ସଂସ୍ଥାପନ କରନ୍ତୁ