ଅର୍ଥ : কঠিনতাৰে কৰা বহুত ভাল কাম
ଉଦାହରଣ :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
ସମକକ୍ଷ : অভিজ্ঞতা
ଅର୍ଥ : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
ଉଦାହରଣ :
চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
ସମକକ୍ଷ : কুশলতা
ଅର୍ଥ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
ଉଦାହରଣ :
এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
ସମକକ୍ଷ : দখল