ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ থোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

থোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা

ଉଦାହରଣ : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো

ସମକକ୍ଷ : থৈ অহা

ଅର୍ଥ : বেয়া হʼবলৈ নিদিয়া

ଉଦାହରଣ : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

ସମକକ୍ଷ : ৰখা

ଅର୍ଥ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা

ଉଦାହରଣ : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ

ସମକକ୍ଷ : থৈ অহা

ଅର୍ଥ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

ଉଦାହରଣ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

ସମକକ୍ଷ : ঢলা, বকা, ৰখা