ଅର୍ଥ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
ଉଦାହରଣ :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
ସମକକ୍ଷ : আঙুলি উঠোৱা, ঠাট্টা কৰা, নিন্দা কৰা, বেয়া কৰা
ଅର୍ଥ : বাৰে বাৰে থু পেলোৱা
ଉଦାହରଣ :
চাদা খাই তেওঁ থু থু কৰি আছে
ସମକକ୍ଷ : থু পেলাই থকা, থুওৱা, পিকোৱা