ଅର୍ଥ : থাইলেণ্ডৰ অধিবাসী
ଉଦାହରଣ :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
ସମକକ୍ଷ : থাইবাসী, থাইলেণ্ড-বাসী
ଅର୍ଥ : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
ଅର୍ଥ : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
আমি এখন থাই চিনেমা চালোঁ