ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ থকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

থকা   বিশেষ্য

ଅର୍ଥ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য

ଉଦାହରଣ : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়

ସମକକ୍ଷ : থাকি যোৱা

থকা   ক্ৰিয়া

ଅର୍ଥ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া

ଉଦାହରଣ : ৰমা সেই কোঠাটোত আছে

ଅର୍ଥ : বেয়া হৈ নোযোৱা

ଉଦାହରଣ : ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে

ଅର୍ଥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য

ଉଦାହରଣ : মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা

ସମକକ୍ଷ : নির্বাহ কৰা

ଅର୍ଥ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা

ଉଦାହରଣ : টেংকিত পানী আছে এই বটলত পানী আছে

ଅର୍ଥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

ଉଦାହରଣ : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

ସମକକ୍ଷ : স্থিত হোৱা, হোৱা

ଅର୍ଥ : কʼৰবাত আশ্রয় লোৱা

ଉଦାହରଣ : আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ

ଅର୍ଥ : স্থিত হোৱা

ଉଦାହରଣ : এই নগৰখন গংগা নদীৰ তীৰত আছে

ସମକକ୍ଷ : অৱস্থিত থকা

ଅର୍ଥ : (জীৱন-যাপনৰ বাবে) বসবাস কৰা

ଉଦାହରଣ : এই শ্রমিকসকল ওচৰৰ বস্তিত বাস কৰে

ସମକକ୍ଷ : বসতি কৰা, বাস কৰা