ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
ଉଦାହରଣ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
ସମକକ୍ଷ : জোৱান, যুৱ, যুৱক
ଅର୍ଥ : ষোল্লৰ পৰা পয়ত্রিশ বছৰলৈকে এক অৱস্থা
ଉଦାହରଣ : তেখেতৰ দুজন ডেকা লʼৰা আমেৰিকাত থাকে
ସମକକ୍ଷ : ডেকা, যুৱক, যুৱা
ଅର୍ଥ : যি প্রবীণ নহয়
ଉଦାହରଣ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
ସମକକ୍ଷ : নতুন, নবাগত, নবীন
ସଂସ୍ଥାପନ କରନ୍ତୁ