ଅର୍ଥ : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
ଉଦାହରଣ :
খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
ସମକକ୍ଷ : তর্মুজ
ଅର୍ଥ : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
ଉଦାହରଣ :
গৰমত তৰমুজ বেছিকৈ পোৱা যায়
ଅର୍ଥ : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
ଉଦାହରଣ :
নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
ସମକକ୍ଷ : তৰবুজ
ଅର୍ଥ : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
ଉଦାହରଣ :
গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়