ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ তৰঙ্গ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

তৰঙ্গ   বিশেষ্য

ଅର୍ଥ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

ଉଦାହରଣ : বিদ্যুততো তৰঙ্গ থাকে

ସମକକ୍ଷ : ঢৌ, তৰংগ, লহৰ

ଅର୍ଥ : কোনো ভাল বা অভীষ্ট সিদ্ধিৰ কাৰণে মনত উৎপন্ন হোৱা সুখদায়ক ভাব

ଉଦାହରଣ : কইনাৰ মনত প্রিয় মিলনৰ তৰঙ্গ আন্দোলিত হৈ আছে

ସମକକ୍ଷ : লহৰী, হিল্লোল

ଅର୍ଥ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

ଉଦାହରଣ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

ସମକକ୍ଷ : উর্মি, কল্লোল, ঢৌ, তৰংগ, লহৰ, লহৰী, হিল্লোল