ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সিজোৱা মচলাযুক্ত পনীয়া ভাজি
ଉଦାହରଣ : ভাতৰ লগত তেওঁক এখন ্তৰকাৰী আৰু এখন শুকান ভাজি লাগেই
ସମକକ୍ଷ : পনীয়া ভাজি
ଅର୍ଥ : ৰন্ধা পাচলি
ଉଦାହରଣ : আলুৰে বিভিন্ন ধৰণৰ তৰকাৰী বনাব পাৰি
ସମକକ୍ଷ : চবজি, ভাজি
ଅର୍ଥ : ৰুটি, ভাত আদিৰ লগত খাবৰ কাৰণে খাদ্যোপযোগী উদ্ভিদৰ ঠানি, ফল, কন্দ, শাক আদিৰে ৰন্ধা ব্যঞ্জন বিশেষ
ଉଦାହରଣ : প্রিয়ম্বদাই ভেণ্ডীৰ তৰকাৰী ৰান্ধি আছে
ସମକକ୍ଷ : আঞ্জা, চ্্ব্জি
ସଂସ୍ଥାପନ କରନ୍ତୁ