ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ত্যাগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ত্যাগ   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ଉଦାହରଣ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

ସମକକ୍ଷ : এৰা, পৰিত্যাগ

ଅର୍ଥ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ଉଦାହରଣ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

ସମକକ୍ଷ : উৎসর্গ, এৰা, পৰিত্যাগ