ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ তোলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

তোলা   ক্ৰিয়া

ଅର୍ଥ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

ସମକକ୍ଷ : টনা, টানি অনা, তুলি অনা

ଅର୍ଥ : খাতা আদিত লিখা কার্য

ଉଦାହରଣ : বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে

ସମକକ୍ଷ : অন্তর্ভুক্ত ্কৰা, লিপিবদ্ধ কৰা

ଅର୍ଥ : কেমেৰাৰে ফটো লোৱা

ଉଦାହରଣ : ৰূপেন্দ্রই বৰ ভাল ফটো তোলে

ସମକକ୍ଷ : ফটো তোলা

ଅର୍ଥ : (সংগীত) স্বৰ তীব্র কৰা

ଉଦାହରଣ : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

ସମକକ୍ଷ : উঠোৱা