ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
ଅର୍ଥ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
ଉଦାହରଣ : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
ସମକକ୍ଷ : পাৰ
ଅର୍ଥ : ধনুৰ দ্বাৰা নিক্ষেপ কৰা ধাতু আদিৰে তৈয়াৰী এক প্রকাৰ মিহি আৰু দীঘল অস্ত্র
ଉଦାହରଣ : কাঁড়ডাল লগাত চৰাইজনীয়ে ধৰ্ফৰাবলৈ ধৰিলে
ସମକକ୍ଷ : কাঁড়, কাঁৰ, বাণ, শৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ