ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সাধাৰণতকৈ উচ্চ
ଉଦାହରଣ : লʼৰা-ছোৱালীয়ে তীব্র স্বৰত গাই আছিল
ସମକକ୍ଷ : ্তাঁৰ
ଅର୍ଥ : বেগী বা প্রখৰ...
ଉଦାହରଣ : এই কামটো কৰিবলৈ তীক্ষ্ণ বুদ্ধিৰ প্রয়োজন
ସମକକ୍ଷ : চোকা, তীক্ষ্ণ, প্রখৰ, সুতীক্ষ্ণ
ଅର୍ଥ : জোৰকৈ
ଉଦାହରଣ : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম
ସମକକ୍ଷ : উৎকট, জোৰ, প্রচণ্ড, প্রৱল
ଅର୍ଥ : যʼত তীব্রতা আছে
ଉଦାହରଣ : তেওঁ তীব্র গতিৰে নিজৰ গন্তব্য স্থানলৈ গৈ আছিল
ସମକକ୍ଷ : দ্রুত
ସଂସ୍ଥାପନ କରନ୍ତୁ