ଅର୍ଥ : কাৰোবাক বেয়া কথা কোৱা
ଉଦାହରଣ :
তেওঁ ্ আধা ঘণ্টা ধৰি গালি পাৰি আছে
ସମକକ୍ଷ : কটুক্তি কৰা, গালি দিয়া, গালি পৰা, বকা, বকি থকা, বিতণ্ডা কৰা, বি্কর্থ্্না কৰা, লণ্ডাটিকা কৰা
ଅର୍ଥ : কাৰোবাৰ মান-সন্মান বা প্রতিষ্ঠাত হানি হোৱাকৈ কৰা কাম বা কথা
ଉଦାହରଣ :
তেওঁ ্ মোক সকলোৰে সন্মুখত অপমান কৰিলে
ସମକକ୍ଷ : অনাদৰ কৰা, অপমান কৰা, অপমানিত কৰা
ଅର୍ଥ : অৱজ্ঞা বা তিৰস্কাৰপূর্বক ্কোনো টান কথা কোৱা
ଉଦାହରଣ :
শ্যামে টকা বিচৰাত দেউতাকে তেওঁক তিৰস্কাৰ কৰিলে