ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ তিথি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

তিথি   বিশেষ্য

ଅର୍ଥ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

ଉଦାହରଣ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

ସମକକ୍ଷ : দিৱস, বার্ষিকী, ্পর্ব

ଅର୍ଥ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ଉଦାହରଣ : এদিনত আঠটা প্রহৰ থাকে

ସମକକ୍ଷ : দিন, দিৱস

ଅର୍ଥ : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন

ଉଦାହରଣ : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো

ସମକକ୍ଷ : তাং, তাৰিখ, দিনাংক