ଅର୍ଥ : শাখা-প্রশাখাহীন স্তম্ভৰ দৰে থকা চিধা ওপৰলৈ বাঢ়ি যোৱা আৰু আগ অংশত ডাঙৰ ডাঙৰ পাত থকা এবিধ গছ
ଉଦାହରଣ :
তেওঁ ্ তাল গছৰ পৰা তাড়ি পানী উলিয়াইছে
ସମକକ୍ଷ : তাল গছ
ଅର୍ଥ : নচা-গোৱা, বজোৱা আদিত তাৰ সময় আৰু ক্রিয়াৰ পৰিমাণ ঠিক ৰখাৰ এক উপকৰণ
ଉଦାହରଣ :
নর্তকীয়ে বাদকক নৃত্যৰ তাল বুজাই আছেএই ৰাগ তিনি তালৰ