ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ তলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

তলা   বিশেষ্য

ଅର୍ଥ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

ଉଦାହରଣ : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

ସମକକ୍ଷ : তলা-চাবি

ଅର୍ଥ : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

ଉଦାହରଣ : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

ସମକକ୍ଷ : ফ্লʼৰ, মহলা

ଅର୍ଥ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

ଉଦାହରଣ : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

ସମକକ୍ଷ : পেচ

তলা   বিশেষণ

ଅର୍ଥ : মহলা বা খলপাযুক্ত

ଉଦାହରଣ : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

ସମକକ୍ଷ : মহলীয়া