ଅର୍ଥ : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম
ଉଦାହରଣ :
চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল
ସମକକ୍ଷ : তলা-চাবি
ଅର୍ଥ : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ
ଉଦାହରଣ :
কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল
ସମକକ୍ଷ : পেচ