ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : তপস্যা কৰা ব্যক্তি
ଉଦାହରଣ : বিশ্বামিত্র এজন তপস্বী আছিল
ସମକକ୍ଷ : তপোধন, তপোনিধি, তাপস
ଅର୍ଥ : আধ্যাত্মিক আৰু ভৌতিক তত্ত্বৰ জ্ঞাতা, পৰম বুদ্ধিমান, দূৰদর্শী, চৰিত্রবান আৰু ত্যাগী ব্যক্তি
ଉଦାହରଣ : ভাৰতত বহুত ডাঙৰ ডাঙৰ ঋষি হৈছে
ସମକକ୍ଷ : ঋষি, তপোধন, মুণি
ଅର୍ଥ : তপস্যা কৰোঁতা
ଉଦାହରଣ : তপস্বী মহাত্মা সমাধিস্থ হৈ আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ