ଅର୍ଥ : যিটো বেছি গাঢ় নহয়
ଉଦାହରଣ :
দৈখিনি ঢিলাকৈ বান্ধিলে
ଅର୍ଥ : ঠেক বা কচি বা টানি নবন্ধা
ଉଦାହରଣ :
মোহনে ঢিলা কাপোৰ পিন্ধে
ଅର୍ଥ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
ଉଦାହରଣ :
ৰছীডাল ঢিলা হৈ গʼল
ଅର୍ଥ : যিটো ভালদৰে বন্ধা বা লগা নাই
ଉଦାହରଣ :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে